Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ওজন from অসমীয়া dictionary with examples, synonyms and antonyms.

ওজন   বিশেষ্য

Meaning : কোনো বস্তুৰ ভৰ, আকাৰ, মূল্য আদি

Example : এক বস্তা চাউলৰ ওজন প্রায় এশ কেজি

Synonyms : পৰিমাপ

Meaning : কোনো বস্তুৰ গুৰুত্ব বা গধুৰৰ পৰিমাণ

Example : এই বস্তুটোৰ ওজন কিমান?

Synonyms : গধুৰতা, ভাৰ, ভৰ

ওজন   বিশেষণ

Meaning : যাৰ মহত্ত্ব আদি বেছি বা যʼত গুৰুত্ব আছে

Example : আমাৰ কথাতকৈ গুৰুৰ কথাৰ ওজন বেছি

Synonyms : গুৰুত্বপূর্ণ, মহত্ত্বপূর্ণ