Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ঐক্য from অসমীয়া dictionary with examples, synonyms and antonyms.

ঐক্য   বিশেষ্য

Meaning : এক হোৱা অৱস্থা বা ভাব:দেশৰ একতা আৰু অখণ্ডতা ৰক্ষা কৰা আমাৰ পৰম কর্তব্য

Example :

Synonyms : অভেদ, একতা, একত্ব, একাত্মতা, ঐকাত্ম্য, ঐক্যবদ্ধতা, সংহতি

Meaning : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ

Example : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়

Synonyms : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, অভেদ, একতা, একৰূপতা, তুল্যতা, মিল, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য