Subscribe
URL of the page has been copied to clipboard.
Meaning : যি স্ত্রীৰ ৰজ প্রৱাহিত হয়
Example : ৰজস্বলাক গর্ভধাৰণ নকৰাৰ বাবে মানুহে আমনি কৰিবলৈ ধৰিলে
Synonyms : পুষ্পিতা, পুষ্পৱতী, ৰজস্বলা
Meaning : যাৰ ৰজ প্রবাহিত হৈ আছে
Example : ৰজস্বলা স্ত্রীয়েহে গর্ভ ্ধাৰণ কৰিব পাৰে
Synonyms : ৰজস্বলা, ৰজৱতী
Install App