Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উৎপাত from অসমীয়া dictionary with examples, synonyms and antonyms.

উৎপাত   বিশেষ্য

Meaning : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

Example : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

Synonyms : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ

Meaning : বহুত মানুহে মাৰধৰ কৰি কৰা কাজিয়া

Example : ছাত্রবোৰৰ উপদ্রৱত অতীষ্ঠ হৈ প্রধান শিক্ষকে অনির্দিষ্ট কাললৈ বিদ্যালয় বন্ধ কৰি দিলে আপোনালোকে অনর্থক ্উৎপাত নকৰিব

Synonyms : উপদ্রৱ, মাৰ-কিল, মাৰপিট, হাংগামা, হাঙ্গামা

Meaning : বৰ সোনকালে কাম কৰা অৱস্থা, যাক উচিত বুলি ভবা নহয়

Example : খৰধৰকৈ কৰা কাম ভাল নহয়

Synonyms : খৰধৰ, ততাতৈয়া, লৰালৰি, হুৰমূৰ