Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ইস্তাহাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

ইস্তাহাৰ   বিশেষ্য

Meaning : বিশেষভাৱে বাতৰি-কাকত, ৰেডিঅ, ্দূৰদর্শন আদিৰ জৰিয়তে কোনো বয়-বস্তু আদিৰ বিক্রী বা কোনো গুৰুত্ব পূর্ণ ্কথা আৰু খবৰ সকলো লোকৰ জ্ঞাতার্থে ্প্রচাৰ কৰা ব্যৱস্থা

Example : আজিৰ বাতৰি-কাকত বিজ্ঞাপনেৰে ভৰি আছে

Synonyms : বিজ্ঞপ্তি, বিজ্ঞাপন

Meaning : কোনো খবৰ বাতৰি আদি জনোৱাৰ কাৰণে দেৱাল আদিত লগোৱা জাননী পত্র বিশেষ

Example : এই চিনেমাখনৰ বিজ্ঞাপন গলিয়ে-গলিয়ে লগোৱা হৈছে

Synonyms : পʼষ্টাৰ, পোষ্টাৰ, বিজ্ঞাপন