Subscribe
URL of the page has been copied to clipboard.
Meaning : সেই ঠাই বা সেই ঠাইৰ সৈতে সম্বন্ধিত
Example : এইখন বেণাৰসৰ এখন স্থানীয় বাতৰি-কাকত
Synonyms : স্থানীয়
Meaning : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
Example : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
Synonyms : থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, মূল, স্থানীয়
Meaning : কোনো ক্ষেত্রৰ বা ক্ষেত্রৰ সৈতে সম্বন্ধিত
Example : আমাৰ বিদ্যালয়ত আঞ্চলিক ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে
Synonyms : ক্ষেত্রীয়
Install App