Subscribe
URL of the page has been copied to clipboard.
Meaning : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
Example : তেওঁৰ ব্যৱহাৰ ভাল নহয়
Synonyms : আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
Meaning : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
Example : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
Synonyms : ধৰণ-কৰণ, ব্যৱহাৰ
Meaning : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
Example : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
Synonyms : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র
Install App