Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আইন-কানুন from অসমীয়া dictionary with examples, synonyms and antonyms.

আইন-কানুন   বিশেষ্য

Meaning : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়

Example : আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে

Synonyms : অধিনিয়ম, আইন, কানুন, বিধান, বিধি