Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ কোনো আকাৰ নাই
Example : সন্ত কবীৰ নিৰাকাৰ ঈশ্বৰৰ উপাসক আছিল
Synonyms : অৱয়ববিহীন, আকাৰবিহীন, আকাৰহীন, নিৰাকাৰ, নিৰাকৃতি, নৈৰাকাৰ, মূর্তিহীন
Meaning : যাৰ শৰীৰ নাই
Example : ভূত-প্রেতক অশৰীৰী হিচাপে গণ্য কৰা হয়
Synonyms : অকায়, অতনু, অশৰীৰ, অশৰীৰী, অৱয়ববিহীন, কায়াশূন্য, কায়াহীন, দেহবিহীন, দেহশূন্য, দেহহীন, নিৰৱয়ব, বিদেহ, বিদেহী, শৰীৰবিহীন, শৰীৰহীন
Install App