Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অভিৰুচি from অসমীয়া dictionary with examples, synonyms and antonyms.

অভিৰুচি   বিশেষ্য

Meaning : মনৰ ভাল লগা ভাব

Example : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে

Synonyms : ইচ্ছা, পছন্দ, ৰুচি

Meaning : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি

Example : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল

Synonyms : আগ্রহ, ইচ্ছা, ধাউতি, মন, হাবিলাস, হাবিয়াস, ৰুচি

অভিৰুচি   বিশেষণ

Meaning : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ

Example : এইখন মোৰ অতি প্রিয় গ্রন্থ

Synonyms : পছন্দ, প্রিয়, ভাল লগা, ৰুচি