Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে
Example : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ
Synonyms : অধর্ম, কলুষ, দোষ, পাতক, পাপ
Meaning : সেই অনুচিত কার্য ্যাৰ দ্বাৰা আনৰ হানি হয়
Example : কেতিয়াবা কেতিয়াবা আমি নজনাকৈয়ে অপৰাধ কৰো
Meaning : পৰকালত অশুভ ফল পায় বুলি বিশ্বাস কৰা ইহকালৰ বেয়া কাম:সন্ত কবীৰৰ মতে মিছা কথা কোৱাটো বহুত ডাঙৰ পাপ
Example :
Synonyms : অধর্ম, কলুষ, কল্মষ, গুণাহ, পাতক, পাপ, প্রত্যবায়
Install App