Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অন্ধতমস from অসমীয়া dictionary with examples, synonyms and antonyms.

অন্ধতমস   বিশেষ্য

Meaning : চাৰিওফালে আন্ধাৰেৰে আৱৰি ধৰা কৃষ্ণপক্ষৰ ৰাতি

Example : ঘৰত ৰত্নাৱলীক নাপাই তুলসীদাসে আন্ধাৰ ৰাতিতে ঘৰৰ পৰা ওলাই গʼল

Synonyms : আন্ধাৰ ৰাতি, এন্ধাৰ ৰাতি, গাঢ় অন্ধকাৰ, ঘনান্ধকাৰ, ঘিটঘিটীয়া আন্ধাৰ, ঘিটমিটীয়া আন্ধাৰ, ঘোৰ অন্ধকাৰ, ঘোৰ এন্ধাৰ, ডাঠ আন্ধাৰ, ডাঠ এন্ধাৰ, নিবিড় অন্ধকাৰ