Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি
Example : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়
Synonyms : অনুজ্ঞা, আজ্ঞা, আদেশ
Meaning : স্বীকাৰ কৰাৰ কার্য ্ বা ভাব
Example : ভাৰত চৰকাৰে এই যোজনাটো আৰম্ভ কৰাৰ কাৰণে অনুমতি প্রদান কৰিছে
Synonyms : মঞ্জুৰি
Install App