Subscribe
URL of the page has been copied to clipboard.
Meaning : কল্যাণ বা মংগল নথকা
Example : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
Synonyms : অকল্যাণ, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিপদ, বিমংগল, বিমঙ্গল
Meaning : কোনো কার্যৰ ্হানি বা অনিষ্ট
Example : ডাঙৰ অনর্থ হʼল! শ্যামলীৰ দেউতাক এতিয়া আৰু নাই
Synonyms : অনর্থ
Meaning : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
Example : কাৰো অপকাৰ নকৰিবা
Synonyms : অপকাৰ, ক্ষতি, ক্ষয়, বৰবাদ, হানি
Meaning : হিতৰ বিৰোধীভাব
Example : কাৰো অহিত চিন্তা কৰা উচিত নহয়
Synonyms : অকল্যাণ, অপকাৰ, অহিত
Meaning : যিটো শুভ নহয়
Example : মেকুৰীয়ে ৰাস্তা কাটিলে অশুভ বুলি ধৰা হয়
Synonyms : অপায়-অমংগল, অমঙ্গল, অমাংগলিক, অশুভ, অহিত, বিমংগল, বিমঙ্গল
Install App