Subscribe
URL of the page has been copied to clipboard.
Meaning : মুখৰ আগভাগত থকা মেলিব আৰু জপাব পৰা দাঁত ঢাকি থোৱা মঙহাল অংশ
Example : মৃত্যুৰ সময়তো শ্যামৰ ওঁঠত পুতেকৰ নামেই আছিল
Synonyms : ওঁঠ, ওষ্ঠ, দন্তচ্ছদ
Meaning : তলৰ ওঁঠ
Example : তলৰ ওঁঠ আৰু ওপৰৰ ওঁঠৰ (প-বর্গ) ্দ্বাৰা ধ্বনি উৎপন্ন হয় ৰাজুৰ তলৰ ওঁঠখন কটা
Synonyms : অধৰাধৰ, অধৰোষ্ঠ, তলৰ ওঁঠ
Install App