Subscribe
URL of the page has been copied to clipboard.
Meaning : কল্যাণ বা মংগল নথকা
Example : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
Synonyms : অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিপদ, বিমংগল, বিমঙ্গল
Meaning : হিতৰ বিৰোধীভাব
Example : কাৰো অহিত চিন্তা কৰা উচিত নহয়
Synonyms : অনিষ্ট, অপকাৰ, অহিত
Install App