Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰেহ-ৰূপ from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰেহ-ৰূপ   বিশেষ্য

Meaning : কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ

Example : আপুনি আপোনাৰ লʼৰাৰ গতিবিধিৰ প্রতি মন দিয়া উচিত

Synonyms : কার্য-্কলাপ, কার্যকল্াপ, ক্রিয়া-কলাপ, ক্রিয়াকলাপ, গতি-গোত্র, গতি-বিধি, গতিবিধি, চাল-চলন, চালচলন, হাৱ-ভাৱ

Meaning : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

Example : তেওঁৰ ব্যৱহাৰ ভাল নহয়

Synonyms : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব