Meaning : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
Example :
ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
Synonyms : ফৌজ, সেনা, সেনাদল, সেনানী, সেনাবাহিনী
Meaning : সেনাৰ সমূহ
Example :
আলেকজেণ্ডাৰৰ পিছত ্তেওঁৰ দক্ষ সেনাবাহিনী গৈ আছে
Synonyms : সেনাদল, সেনাবাহিনী