Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ডাঙৰ কামত প্রবৃত্ত হোৱাৰ বাবে লগা মনৰ দৃঢ়তা বা যাৰ কাৰণে আমি নি্র্ভয়হৈ কোনো বিপদ আদিৰ মুখামুখি হওঁ
Example : সাহস আছে যদি অকলে আহি লগ কৰা
Synonyms : কলিজা, তাগজ, পিত, সাহ, সাহ-পিত, হিম্মত
Install App