Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ফৰিয়াদী from অসমীয়া dictionary with examples, synonyms and antonyms.

ফৰিয়াদী   বিশেষ্য

Meaning : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি

Example : ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে

Synonyms : অভিযোগকাৰী, গুচৰীয়া

Meaning : অভিযোগ লগোৱা কার্য

Example : তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে

Synonyms : গুচৰীয়া

ফৰিয়াদী   বিশেষণ

Meaning : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে

Example : দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে

Synonyms : গুচৰীয়া

Meaning : প্রার্থ্্না বা আবেদন কৰোঁতা

Example : আজি প্রার্থী ্কর্ম্্চাৰীসকলৰ আবেদন-পত্রৰ বিচাৰ কৰা হʼব

Synonyms : নিবেদক, প্রার্থী, প্রার্থ্্না কর্তা