Subscribe
URL of the page has been copied to clipboard.
Meaning : যি স্থানত প্রাথমিক, মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰত আনুষ্ঠানিক শিক্ষা প্রদান কৰা হয়
Example : এই বিদ্যালয়খনত প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে শিক্ষা প্রদান কৰা হয়
Synonyms : বিদ্যালয়, স্কুল
Meaning : যি ঠাইত বিদ্যা প্রদান কৰা হয়
Example : আমাৰ বিদ্যালয়ত এঘাৰটা কোঠা আছে
Synonyms : পঢ়াশালি, বিদ্যাপীঠ, বিদ্যালয়, স্কুল
Install App