Meaning : যি তীব্র বতাহৰ লগত বৰষুণো আহে
Example :
হস্ত নক্ষত্র উঠোতেই বতাহ-বৰষুণ আৰম্ভ হʼল
Synonyms : বতাহ-বৰষুণ
Meaning : অতিপাত বৰষুণ আৰু ধূলি-বালি উৰি হোৱা ধুমুহা-বতাহ
Example :
ৰাতি অহা ধুমুহা-বৰষুণে মানুহৰ সা-সম্পত্তিৰ যথেষ্ট ক্ষতি কৰিলে
Synonyms : তুফান