Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জুঠা from অসমীয়া dictionary with examples, synonyms and antonyms.

জুঠা   বিশেষ্য

Meaning : প্রথমে এবাৰ-দুবাৰ কামত ব্যৱহৃত পদার্থ

Example : পূজা আদিত উচ্ছিষ্টৰ ব্যৱহাৰ নকৰে

Synonyms : উচ্ছিষ্ট

Meaning : কাৰোবাক দিয়া ভোজনৰ পৰা বাকী ৰোৱা বস্তু

Example : জুঠা আনক দিব নালাগে

Synonyms : উচ্ছিষ্ট ভোজন

জুঠা   বিশেষণ

Meaning : যাৰ আগতে কোনোৱে ব্যৱহাৰ কৰিছে

Example : জুঠা ভোজন ভগৱানক অর্পন ্কৰা নহয় মায়ে জুঠা বাচনবোৰক ধুই আছে