Meaning : একেশ্রেণীৰ সকলো ছাত্র-ছাত্রী বহি পঢ়া পঢ়াশালীৰ কোঠা বিশেষ
Example :
আমাৰ বিদ্যালয়ত দুটা নতুন শ্রেণীকোঠা সাজি আছে
Synonyms : শ্রেণীকোঠা
Meaning : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
Example :
এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
Synonyms : শ্রেণী
Meaning : * বিদ্যার্থীসকলৰ সেই শ্রেণী যি একেলগে স্নাতক কৰিছে বা কৰি আছে
Example :
শ্যামা বিশ্ববিদ্যালয়ৰত মোৰ ক্লাছৰে আছিল
Synonyms : ইয়েৰ