অর্থ : চিত্রৰ ৰূপৰেখা তৈয়াৰ কৰাৰ কাৰণে ৰেখা অংকন কৰা কার্য
উদাহরণ :
প্রথমতে এই চিত্রৰ ৰেখাংকন কৰা আৰু তাৰ পিছত ৰং কৰা
সমার্থক : ৰেখাঙ্কন
অর্থ : ৰেখাৰে তৈয়াৰ কৰা কোনো বস্তুৰ চিত্র
উদাহরণ :
শ্যামৰ ৰেখা-চিত্রখন বৰ ধুনীয়া হৈছে
সমার্থক : ৰেখা-চিত্র, ৰেখাঙ্কন
অর্থ : সীমা নি্র্ধাৰিত কৰিবৰ কাৰণে ৰেখা টনা কার্য
উদাহরণ :
শ্যামে খেলিবৰ কাৰণে খেলপথাৰৰ ৰেখাংকন কৰি আছে
সমার্থক : ৰেখাঙ্কন