সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
উদাহরণ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
সমার্থক : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ
অর্থ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)
উদাহরণ : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে
সমার্থক : আকৃতি, ৰচনা
অর্থ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
উদাহরণ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
সমার্থক : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত
অর্থ : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু
উদাহরণ : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল
সমার্থক : ৰজত, ৰূপা
অর্থ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
উদাহরণ :
সমার্থক : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ
অর্থ : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক
উদাহরণ : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ
অর্থ : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়
উদাহরণ : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ
অর্থ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
উদাহরণ : তেওঁৰ ্ কান্তি নিৰুপম
সমার্থক : কান্তি, সৌন্দর্য
ইনস্টল