অর্থ : সংস্কৃতত লিখা যিখন গ্রন্থত ৰামৰ চৰিত্রৰ বিস্তৃত বিৱৰণ আছে
উদাহরণ :
ৰামায়ণ আদি কবি বাল্মীকিৰ দ্বাৰা ৰচিত
সমার্থক : বাল্মীকি ৰামায়ণ
অর্থ : কোনো বিষয়ৰ লগত সম্বন্ধ নথকা অনাৱশ্যকীয় বৃত্তান্ত
উদাহরণ :
এতিয়া আপুনি নিজৰ ৰামায়ণ বন্ধ কৰক
অর্থ : ৰামৰ চৰিত্রৰ ্বর্ণ্্না থকা তুলসীদাসে অৱধীত ৰচনা কৰা গ্রন্থ
উদাহরণ :
এই মন্দিৰত ৰামচৰিত মানসৰ পাঠ চলি আছে
সমার্থক : ৰামচৰিত মানস, ৰামচৰিতমানস