অর্থ : চলনশীল বস্তু আদিয়ে এঠাইৰ পৰা আন এঠাইলৈ যাবৰ কাৰণে সাজু হোৱা
উদাহরণ :
এই ৰেলগাড়ীখনে দহ বজাত বাৰাণসীলৈ প্রস্থান কৰিব
সমার্থক : প্রস্থান কৰা
অর্থ : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য
উদাহরণ :
মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব
সমার্থক : গমন কৰা, প্রস্থান কৰা, যোৱা