সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক
উদাহরণ : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল
সমার্থক : জন, জন-সাধাৰণ, জনসাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰায়ত
অর্থ : মানুহৰ সমষ্টি বা সমূহ
উদাহরণ : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
সমার্থক : জনগণ, জনতা, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি
অর্থ : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
উদাহরণ : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
সমার্থক : জনতা, জনমানস
অর্থ : পৃথিৱীত থকা লোক
উদাহরণ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
সমার্থক : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ
ইনস্টল