অর্থ : শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ
উদাহরণ :
লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে
সমার্থক : স্রাৱ
অর্থ : কোনো পদার্থৰ ্সাৰ বা মূল ভাগ
উদাহরণ :
ৰস কেইবাপ্রকাৰৰ আছে
অর্থ : উদ্ভিদ অথবা তাৰ ফুল-পাত আদিত থকা বিশেষ এক ধৰণৰ তৰল পদার্থ ্যাক মোহাৰিলে বা চেপিলে এই তৰল পদার্থ ওলাই আহে
উদাহরণ :
নিম পাতৰ ৰস খালে আৰু ছালত লগালে চর্মৰোগ ভাল হয়