অর্থ : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
উদাহরণ :
বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
সমার্থক : অদল-বদল, অদলী-বদলী, আদান-প্রদান, বিনিময়
অর্থ : অলপ হেৰ-ফেৰ বা পৰি্ৱর্তন
উদাহরণ :
শ্যামৰ ঘৰটোৰ ৰদ-বদল দেখি আমি হতচকিত ্হʼলোঁ
সমার্থক : সালসলনি
অর্থ : এটাক এৰি তাৰ ঠাইত আনক গ্রহণ কৰা কার্য
উদাহরণ :
বিক্রী হোৱা বস্তুৰ ৰদ-বদল নহয়
সমার্থক : অদল-বদল