সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধাতু বা কাঠেৰে নির্মিত দীঘল আৰু ঘূৰণীয়া মোটা টুকুৰা
উদাহরণ : ইয়াত ৰাখি থোৱা ৰদবোৰত মামৰ লাগিছে পুলিচে লাঠিৰে চোৰটোক কোবাইছে
সমার্থক : লাঠি
অর্থ : যিটো ৰদ বা নাকচ কৰি দিয়া হৈছে
উদাহরণ : সম্পত্তি ৰখা সম্বন্ধীয় এটা প্রস্তাৱক লোকসভাত নাকচ কৰি দিয়া হৈছে
সমার্থক : খাৰিজ, নাকচ
ইনস্টল