অর্থ : যিজন ব্যক্তিয়ে ৰক্ষা কৰে
উদাহরণ :
দেশৰ ৰক্ষকে নিজৰ প্রাণৰ কথা চিন্তা নকৰি সীমান্তত পহৰা দি থাকে
সমার্থক : আৰক্ষক, ৰক্ষা কর্তা, ৰখীয়া
অর্থ : যিজনে কাৰোবাক মুক্ত কৰাত সহায় কৰে বা কাৰোবাৰ কষ্ট আদি দূৰ কৰে
উদাহরণ :
আধুনিক সমাজত কিছুমান লোকে ত্রাণকর্তা হোৱাৰ ভাও ধৰে
সমার্থক : উদ্ধাৰকাৰী, ত্রাণকর্তা