অর্থ : অপকাৰ কৰোতা ব্যক্তি
উদাহরণ :
অপকাৰীয়ে জীৱনত কেতিয়াও সুখ লাভ কৰিব নোৱাৰে
সমার্থক : অনিষ্টকাৰী, অপকাৰী
অর্থ : অনর্থ ্বা ধ্বংস কৰোঁতা
উদাহরণ :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
সমার্থক : ধ্বংসকাৰী, প্রলংয়কাৰী