সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পথাৰ আৰু হাবি-জংগলত থকা এবিধ চাৰিঠেঙীয়া তৃণভোজী প্রাণী
উদাহরণ : হৰিণৰ ছালত বহি ঋষি-মুনিসকলে তপস্যা কৰিছিল
সমার্থক : কুৰংগ, কুৰঙ্গ, মৃগ, হৰিণ, হৰিণা
অর্থ : হৰিণাৰ মতা জাতি
উদাহরণ : এহাল হৰিণ আৰু হৰিণীয়ে বাগিচাত জঁপিয়াই ঘূৰি ফুৰিছে
সমার্থক : ঋষা, কুৰঙ্গ, কুৰঙ্গক, মৃগ, সাৰঙ্গ, সুনয়ন, হৰিণ, হৰিণা
ইনস্টল