অর্থ : প্রসন্নতা সহকাৰে
উদাহরণ :
শ্যামে প্রসন্নতাৰে নিজৰ কাম কৰি আছে ৰামে মোৰ আজ্ঞাটো আনন্দেৰে মানি লʼলে
সমার্থক : আনন্দপূর্বক, আনন্দমনে, আনন্দেৰে, প্রফুল্লচিত্তে, প্রসন্ন চিত্তে, প্রসন্নতাপূর্বক, প্রসন্নতাৰে, প্রসন্নমনে, মহানন্দে, সআনন্দেৰে, সহর্ষ, সোল্লাসে, হর্ষপূর্বক, হাঁহি-মাতি, হেলাৰঙে, ৰংমনে, ৰংমনেৰে, ৰঙ্গে-ঢলে
অর্থ : স্ফূর্তিৰ সৈতে
উদাহরণ :
তেওঁ স্ফূর্তি তামাছা কৰি নিজৰ কলাৰ প্রদর্শন কৰিলে
সমার্থক : প্রফুল্লচিত্তে, প্রসন্নচিত্তে, প্রসন্নমনে, ফূর্তিৰে, সোল্লাসে, স্ফূর্তি তামাছা কৰি, হৃষ্টচিত্তে