অর্থ : কোনো পদার্থৰ ্এটা বা দুয়োটা মূৰ কোনো ফালে প্রবৃত্ত হোৱা
উদাহরণ :
বৃদ্ধাৱস্থাত কঁ্কাল হালি পৰে
সমার্থক : দো খোৱা
অর্থ : উপৰি ভাগৰ কোনো অংশ তলৰফাললৈ নামি অহা
উদাহরণ :
ফলেৰে লোমা-লোম দি থকা গছজোপা হালি পৰিল
সমার্থক : অৱনমিত হোৱা, নমিত হোৱা