সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
উদাহরণ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
সমার্থক : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হালত, ৰূপ
অর্থ : একে ধৰণৰ দুটা বস্তু
উদাহরণ : পাৰৰ এই যোৰাটো ভাল
সমার্থক : যোৰা
অর্থ : মাটি চহ কৰা এবিধ ্ সঁজুলি
উদাহরণ : খেতিয়কে পথাৰত হাল বায় আছে
সমার্থক : নাঙল, লাঙ্গল
ইনস্টল