অর্থ : বিচাৰি সন্মুখত ৰখা কার্য
উদাহরণ :
পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
সমার্থক : উলিওৱা
অর্থ : নিজৰ হাতলৈ অহা আনৰ কোনো বস্তু নিজৰ ওচৰত ৰাখি থোৱা
উদাহরণ :
শীলাই নিজৰ ননদৰ গহনাখিনি হস্তগত কৰিছে