সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
উদাহরণ : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
সমার্থক : খাল, জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, হ্রদ
অর্থ : প্রাকৃতিকভাৱে হোৱা দীঘে-পথালিয়ে বহু ঠাই আগুৰি থকা জলভাগ
উদাহরণ : তেওঁ সৰোবৰত গা ধুই আছে
সমার্থক : জলাশয়, ডুবি, ডোবা, তৰাগ, পুষ্কৰিণী, লেʼক, সৰসী, হ্রদ
ইনস্টল