সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত
উদাহরণ : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত
সমার্থক : অনুচ্চ, চাপৰ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন
অর্থ : মাত্রা, আকাৰ, বিস্তাৰ আদিত সীমিত বা বেলেগৰ তুলনাত কম
উদাহরণ : মোৰ ঘৰটো বৰ সৰু শিশুৰ কাৰণে মই এটা অকণমানি খেলনা কিনিব লাগে
সমার্থক : অকণমানি, অকমানি
অর্থ : সৰু আকাৰ বা অবয়ৱযুক্ত
উদাহরণ : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে
সমার্থক : বাওনা, বামন
অর্থ : যাৰ জন্ম পিছত হৈছে
উদাহরণ : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল
সমার্থক : অনুজ, কনিষ্ঠ
অর্থ : দীঘ আৰু প্রস্থত কম
উদাহরণ : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়
সমার্থক : চেপা, ঠেক
ইনস্টল