অর্থ : কোনো বস্তুৰ সৰু-সৰু অংগ বা অংশ ছিঙি পৰা অৱস্থা
উদাহরণ :
তেওঁৰ চুলি বহুত সৰিছে
সমার্থক : সৰি পৰা
অর্থ : ঝাড়ুৰে জাবৰ আদি গুচোৱা কার্য
উদাহরণ :
তেওঁ নিজৰ ঘৰটোত ঝাড়ু দিছে
সমার্থক : ঝাড়ু দিয়া, ঝাড়ু লগোৱা