অর্থ : কোনো বিশেষ ঘটনা বা ব্যক্তিৰ স্মৃতিত সজা কোনো সৌধ বিশেষ
উদাহরণ :
ভাৰতত বহুতো ঐতিহাসিক স্মাৰক আছে
অর্থ : কাৰোবাৰ স্মৃতিক ধৰি ৰখা কোনো কাম, পদার্থ ্বা নি্র্মাণ
উদাহরণ :
মায়ে আইতাৰ স্মৃতিচিহ্নক সযতনে আলমাৰীত থৈ দিলে
সমার্থক : স্মৃতিচিহ্ন