অর্থ : যিজনে নিজ ইচ্ছাৰে অধিকাৰৰ প্রয়োগ বা ব্যৱহাৰ কৰে
উদাহরণ :
এই কোম্পানীটোৰ স্বেচ্ছাচাৰী মালিকজনে কোনো কর্ম্্চাৰীৰে একো কথা নুশুনে হিটলাৰ বহুত স্বেচ্ছাচাৰী আছিল
সমার্থক : স্বৈৰাচাৰী
অর্থ : যাৰ কোনো নিয়ন্ত্রণ বা বাধা নাই
উদাহরণ :
হিটলাৰ এজন স্বেচ্ছাচাৰী শাসক আছিল
সমার্থক : কুণ্ঠাৰহিত, নিৰঙ্কুশ, বাধাহীন, লেকাম নাইকিয়া, স্বেচ্ছাকৃত