অর্থ : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা
উদাহরণ :
প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে
সমার্থক : সন্মতি জনোৱা, স্বীকাৰ কৰা, হাঁ কৰা
অর্থ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা
উদাহরণ :
ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়
সমার্থক : মানা, স্বীকাৰ কৰা