অর্থ : হিন্দুসকলৰ বিশ্বাস অনুসৰি পুণ্য বা সৎকর্ম ্ কৰাসকলৰ আত্মাই বাস কৰা সপ্তলোকৰ সেই ঠাই
উদাহরণ :
সৎকর্ম কৰিলে মানুহে স্বর্গ ্ লাভ কৰে
সমার্থক : অক্ষয়ধাম, অক্ষয়লোক, অমৰধাম, অমৰলোক, অমৰাৱতী, ইন্দ্রলোক, দিব্যধাম, দিব্যলোক, দেৱপুৰী, দেৱলোক, সুৰলোক, স্বর্গপুৰী, স্বর্গলোক, স্বর্গ্্ৰাজ্য, সৰগ, ্ স্বর্গ্্ধাম