সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জাতি বা সমাজৰ লোক
উদাহরণ : অন্য জাতিৰ পৰা বিয়া কৰোৱাৰ কাৰণে জ্ঞাতিয়ে শ্যামৰ ঘৰলৈ অহা-যোৱা বন্ধ কৰি দিলে
সমার্থক : গোষ্ঠী, জ্ঞাতি
অর্থ : একে জাতি বা বর্গৰ
উদাহরণ : এতিয়াও বেছিভাগ পৰিয়ালৰ মাজত স্বজাতিৰ মাজৰ বিবাহকহে স্বীকৃতি দিয়া হয়
সমার্থক : স্বজাতীয়, ্সমবর্গী ্সমবর্গীয়
ইনস্টল