সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শৰীৰৰ কোনো অংশত অত্যন্ত বিষোৱা, তেজ গোটমাৰি পূঁজ ্ জমা হৈ সৃষ্টি হোৱা এবিধ উখহা ৰোগ
উদাহরণ : তেওঁ ্ সদায় ফোঁহোৰাটো পৰিষ্কাৰ কৰি মলম-পট্টি লগায়
সমার্থক : গাঁড়, নাৰেঙা, নাৰেঙ্গা, ফোহা, ফোহোৰা, বিহফোঁহা, ব্রণ, স্ফোট
অর্থ : জ্বলিলে বা পুৰিলে চালত পানী জমা হৈ ফুলি উঠা অংশ
উদাহরণ : জুইয়ে পোৰাত মোহনৰ গাত ঠায়ে ঠায়ে জোলা বান্ধিছে
সমার্থক : জোলা, ঢোপ, ঢৌ, পানীজোলা
ইনস্টল