সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো মচিব বা গুচাব নোৱাৰি
উদাহরণ : টাটু ছালৰ ওপৰত কৰিলোৱা এক স্থায়ী নিচান
সমার্থক : অনাশয়, অলোপ্য
অর্থ : সলনি নোহোৱাকৈ সদায় একেদৰে থকা
উদাহরণ : সংসাৰৰ কোনো বস্তুৱেই স্থায়ী নহয়
অর্থ : বহুত দিন ধৰি থকা
উদাহরণ : মোৰ ভাইটিয়ে বেংকত স্থায়ী চাকৰি পালে
ইনস্টল