অর্থ : ্কোনো বিভাগ বা ঠাইৰ পৰা অধিকাৰী বা বিষয়াবর্গক অন্য কোনো ঠাই বা বিভাগলৈ পঠিওৱা কার্য
উদাহরণ :
এই কার্যালয়টোৰ দুজন কর্ম্্চাৰীক বদলি কৰা হৈছে
সমার্থক : বদলি, স্থানান্তৰ
অর্থ : কোনো বস্তু বা ব্যক্তিক এটা স্থানৰ পৰা আঁ্তৰাই আন স্থানত থোৱা, ৰখা বা পঠিয়াই দিয়া কার্য
উদাহরণ :
কানাড়া বেংকে ধন স্থানান্তৰণ সেৱা আৰম্ভ কৰিছে